52
newsnextone.com | ডিজিটেল ডেস্কঃ ২০১৯ চনৰ ৩১ মাৰ্চ পূৰ্বেই আধাৰ কাৰ্ডৰ সৈতে পান কাৰ্ড লিংক কৰাৰ বাবে কৰ পৰিশোধকাৰীসকলক নিৰ্দেশ দিছে কেন্দ্ৰ চৰকাৰে।
আয়কৰ আইন সংশোধনৰ ফলস্বৰূপে সামগ্ৰী আৰু সেৱা কৰৰ বাবেই পান কাৰ্ডৰ বাবে পূৰ্বে পান কাৰ্ড থকা আৰু নতুনকৈ আবেদন কৰা প্ৰাৰ্থীক আধাৰ কাৰ্ডৰ ১২টা ডিজিটৰ ইউনিক আইডি দিয়াটো বাধ্যতামূলক কৰিছে।