Home দেশউত্তৰাখণ্ডৰ পৌৰি গাৰোৱালত ভয়াবহ বাছ দুৰ্ঘটনা, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি

উত্তৰাখণ্ডৰ পৌৰি গাৰোৱালত ভয়াবহ বাছ দুৰ্ঘটনা, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি

by News Desk
50 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডৰ পৌৰি গাৰোৱাল জিলাৰ ননীধান্দাত সংঘটিত ভয়াবহ বাছ দুৰ্ঘটনাৰ মৃতকৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি হৈছে৷ দুৰ্ঘটনাত সংঘটিত হোৱাৰ পিছতে ৪৪গৰাকী লোকৰ মৃত্যু হোছিল যদিও মৃতকৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি হয়৷

দুৰ্ঘটনাত উদ্ধাৰ অভিযান চলাই থকাৰ সময়তে মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছিল৷ জানিব পৰা মতে, পাহাৰীয়া এলেকা ননীধান্দাত প্ৰায় ৫০ গৰাকী যাত্ৰী সহ এখন বাছ যাত্ৰা কৰিছিল দেওবাৰে পুৱাই৷ তেনে সময়তে পাহাৰীয়া পথৰ পৰা নিয়ন্ত্ৰণ হেৰুৱাই বাছখন কেইবা শ ফুট তলত বাগৰি পৰে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0