Home ৰাজ্যবিধায়ক শিলাদিত্যৰ সমষ্টিত পথৰ গাঁতত জমা হোৱা পানীত মাছ ধৰি-ভূঁই ৰুই প্ৰতিবাদ

বিধায়ক শিলাদিত্যৰ সমষ্টিত পথৰ গাঁতত জমা হোৱা পানীত মাছ ধৰি-ভূঁই ৰুই প্ৰতিবাদ

by News Desk
61 views
A+A-
Reset

newsnextone.com | মোৰাঝাৰঃ মঙলবাৰে বহুবল্কী বিধায়ক শিলাদিত্যৰ হোজাই সমষ্টিত ৰাইজে ৰাজপথৰ গাঁতত জমা হোৱা পানীত মাছ মাৰি ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰে৷ ৰাইজে ৰাজপথত মাছ ধৰিবলৈ হেতা ওপৰা লগাই অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে৷ হোজাই জিলাৰ নীলবাগানত ৫৪নং ৰাষ্ট্ৰীয় ঘাইপথত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি পথটো মেৰামতি কৰাৰ দাবী জনায়৷

মঙলবাৰে ৰাইজে ৰাজপথলৈ ওলাই আহি ৰাজপথৰ গাঁতত মাছ ধৰি, ভূঁই ৰুই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ হোজাই জিলা আমছুৱে হোজাই-নগাঁও সংযোগী পথ মেৰামতি কৰাৰ দাবীত নীলবাগানত পুখুৰী সদৃশ গাঁতত ভূঁই ৰুই, মাছ ধৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ হোজাইৰ বিধায়ক শিলাদিত্য দেৱ আৰু গড়কাপ্তানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা গ’বেক ধ্বনি দি প্ৰতিবাদ সাব্যস্ত কৰে আমছুৱে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0