Home ৰাজ্য১৫টা গোচৰৰ অভিযুক্ত উমেশ গুপ্তাক গ্ৰেপ্তাৰৰ দাবীত বোকাজানত আদিবাসী ছাত্র সন্থাৰ প্ৰতিবাদ

১৫টা গোচৰৰ অভিযুক্ত উমেশ গুপ্তাক গ্ৰেপ্তাৰৰ দাবীত বোকাজানত আদিবাসী ছাত্র সন্থাৰ প্ৰতিবাদ

by News Desk
58 views
A+A-
Reset

newsnextone.com | বোকাজানঃ মঙলবাৰে সদৌ অসম আদিবাসী ছাত্র সন্থাই এগৰাকী ১৫টা গোচৰৰ অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ দাবীত কাৰ্বি পাহাৰৰ বোকাজনত ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ 

হত্যাৰ ভাবুকি, অপহৰণ, সাংবাদিকক মাৰধৰ কৰাৰ দৰে গুৰুতৰ অভিযোগত অভিযুক্ত তথা ১৫টাকৈ গোচৰ ৰুজু হৈ থকা এগৰাকী লোকক গ্ৰেপ্তাৰ নকৰাত ক্ষোভিত হৈ সদৌ অসম আদিবাসী ছাত্র সন্থাই কাৰ্বি আংলঙৰ বোকাজানৰ শুকানজানত ৰাইজৰ সহযোগত প্ৰতিবাদ সাব্যস্ত কৰে৷ উমেশ গুপ্তাই নামৰ লোকজনৰ বিৰুদ্ধে কাৰ্বি আংলঙৰ বিভিন্ন আৰক্ষী থানাত জামিন বিহীন গোচৰকে ধৰি মুঠ ১৫টা গোচৰ ৰুজু হৈ থকাৰ পিছতো মুকলিকৈ ঘুৰা-ফুৰা কৰি থকাত মঙলবাৰে ৰাজপথ অৱৰোধ কৰি আৰক্ষীক ধিক্কৰ দিয়ে বোকাজনৰ দল-সংগঠনে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0