Home ৰাজ্যকাকপথাৰতপথ দূৰ্ঘটনা, গুৰত্বৰভাৱে অাহত দুজন

কাকপথাৰতপথ দূৰ্ঘটনা, গুৰত্বৰভাৱে অাহত দুজন

by News Desk
67 views
A+A-
Reset

newsnextone.com | কাকপথাৰঃ তিনিচুকীয়া জিলাৰ কাকপথাৰ অাৰক্ষী থানাৰ অন্তৰ্গত পানীগাঁও তিনিঅালিৰ ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে পুৱা এখন বাইক অাৰু উইংগাৰৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাত দুজন লোক গুৰুত্বৰভাৱে অাঘাটপ্ৰাপ্ত হয়। 

প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়া মতে, তিনিচুকীয়াৰ পৰা অৰুণাচলৰ তেজু অভিমুখে গৈ থকা AS-23-AC 9814 নম্বৰৰ উইংগাৰ গাড়ীখনে পথৰ ওপৰৰ এটা গৰুক বছাবলৈ গৈ বিপৰীত দিশৰ পৰা অহা AS-06-9637 নম্বৰৰ বাইকত প্ৰচণ্ড জোৰেৰে খুণ্ডা মৰাত অাৰোহীসহ বাইকখন বহু দূৰৈত ওফৰি পৰাত বাইক অাৰোহী দুজন গুৰুত্বৰভাৱে অাঘাটপ্ৰাপ্ত হয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0