Home ৰাজ্য৮০ হাজাৰৰ লোভত পিতৃয়ে বিক্ৰি কৰিছিল কন্যাক, আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ

৮০ হাজাৰৰ লোভত পিতৃয়ে বিক্ৰি কৰিছিল কন্যাক, আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ

by News Desk
78 views
A+A-
Reset

newsnextone.com | গুৱাহাটীঃ সমগ্ৰ দেশৰ লগতে অসমৰো ঠায়ে ঠায়ে শিশু অপহৰণ কাণ্ড সংঘটিত হৈ অহাৰ বাতৰি প্ৰকাশ পাই আহিছে৷ ৰাজ্যত শিশু সৰবৰাহকাৰী চক্ৰ সক্ৰিয় হৈ কন্যা শিশুক অপহৰণ কৰি বিভিন্ন ৰাজ্যত অপকৰ্মত লিপ্ত কৰোৱাৰ সময়তে লক্ষিমপুৰ জিলাত এইবাৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে৷

লক্ষিমপুৰৰ হাৰমতি বগলতিৰ এজন ব্যক্তিয়ে টকাৰ লোভত নিজ কন্যাক বিক্ৰি কৰিব ওলোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে, ৰবি টানা নামৰ এোজন অৰুণাচলী ব্যৱসায়ীয়ে এটি কন্যা শিশুক ৮০ হাজাৰ টকাৰ বিনিময়ত শিশুটিৰ পিতৃৰ পৰা ক্ৰয় কৰে৷ ব্যৱসায়ী জনে এছমাইল হুছেইন নামৰ এজন শিশু সৰবৰাহকাৰীৰ সহযোগত শিশুটিক পিতৃৰ পৰা ক্ৰয় কৰি লৈ যোৱাৰ পৰিকল্পনা কৰাৰ সময়তে ঘটনা সন্দৰ্ভত লক্ষিমপুৰ আৰক্ষীয়ে জানিব পাৰি শিশুটিক উদ্ধাৰ কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0