Home ৰাজ্যউন্নয়ন! নিৰ্মাণৰ পিচতেই চকল এৰিছে পকী পথৰ, তামাৰহাটত ৰাইজে বন্ধ কৰি থলে পথ নিৰ্মাণ

উন্নয়ন! নিৰ্মাণৰ পিচতেই চকল এৰিছে পকী পথৰ, তামাৰহাটত ৰাইজে বন্ধ কৰি থলে পথ নিৰ্মাণ

by News Desk
81 views
A+A-
Reset

newsnextone.com | গোলকগঞ্জঃ পৰিৱৰ্তনৰ দোহাই দি চৰকাৰ গঠন কৰা বিজেপি, অগপ আৰু বিপিএফ দলে সঁচাকৈ পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰিছেনে৷ যদি এই কথাৰ উত্তৰ বিচাৰিব লগা হয় তেন্তে পূৰ্বৰ চৰকাৰ আৰু বৰ্তমানৰ চৰকাৰৰ মাজত পাৰ্থক্য কি আছে তাকেই চাব লাগিব৷ পূৰ্বৰ চৰকাৰৰ দিনত ব্যাপক দুৰ্নীতি-ভ্ৰষ্টাচাৰ হৈছিল সেয়া আজিও হৈ আছে৷ হয়তো দুৰ্নীতিৰ কথা প্ৰচাৰ কম কৈ হয়৷

প্ৰতিটো কাৰ্যালয়ত কাম কৰি দিয়াৰ বিনিময়ত আজিও টকা দিব লগা হয়৷ কেৱল বিষয়াৰ টকা সংগ্ৰহ কৰাৰ পদ্ধতি সলনি হৈছে৷ আজিও জীৱন সম্পত্তিৰ সুৰক্ষাৰ বাবে মানুহে হাহাকাৰ কৰিব লগা হয়৷ সীমান্তত নগাই তাণ্ডৱ আজিও চলাই গৈছে৷ আজিও ৰাজ পথত যান-বাহনৰ পৰা টকা সংগ্ৰহ কৰাৰ নিয়ম চলি আছে৷ ঠিকাদাৰৰ মই মতালি আজিও চলে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0