Home ৰাজ্যচলন্ত ৰে’লত হত্যাৰ বলি ৰাধা, SIT গঠন কৰি তদন্তৰ নিৰ্দেশ আৰক্ষী সঞ্চালকপ্ৰধানৰ

চলন্ত ৰে’লত হত্যাৰ বলি ৰাধা, SIT গঠন কৰি তদন্তৰ নিৰ্দেশ আৰক্ষী সঞ্চালকপ্ৰধানৰ

by News Desk
61 views
A+A-
Reset

newsnextone.com | গুৱাহাটীঃ চলন্ত ৰে’লত হত্যাৰ বলি হোৱা শিৱসাগৰৰ যুৱতী ৰাধা কুমাৰীৰ হত্যাৰ ৰহস্যক লৈ ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে৷ ৰে’ল বিভাগৰ দায়বদ্ধহীনতাৰ বাবে এনেদৰে চলন্ত ৰে’লৰ টয়লেতত এগৰাকী যুৱতীৰ মৃতদেহ উদ্ধাৰ হোৱা বুলি অভিযোগ উত্থাপন হৈ থকাৰ সময়তে বুধবাৰে ৰাধা কুমাৰীৰ শিৱসাগৰস্থিত বাসগৃহত উপস্থিত হয় শিৱসাগৰৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাঁ আৰু আৰক্ষী অধীক্ষক সুবোধ সোণোৱাল।

দুয়োগৰাকী প্ৰশাসনিক বিষয়াই বাসগৃহত উপস্থিত হৈ শোকবিহ্বল পৰিয়ালটোলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰাৰো আশ্বাস দিয়ে৷ ইফালে, ৰাধা কুমাৰীৰ হত্যাকাণ্ডৰ পিছত তৎপৰ হৈ পৰিছে আৰক্ষী-প্ৰশাসন৷ শিৱসাগৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত যুৱতীগৰাকীৰ হত্যাৰ তদন্তৰ বাবে SIT গঠন কৰি তদন্ত আৰম্ভ কৰিছে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0