81
ডিজিটেল ডেস্কঃ বিশ্বজুৰি বিভিন্ন দেশে ছ’চিয়েল মিডিয়াৰ উৰাবাতৰিৰ পৰিপ্ৰেক্ষিতত আইন-শৃংখলাজনিত পৰিস্থিতিৰ উদ্ভৱ হ’বপৰা বিষয়টোক লৈ চিন্তিত হৈ পৰাৰ সময়তে ভাৰততো উমান পোৱা গৈছে এক অপ্ৰীতিকৰ পৰিস্থিতিৰ আগজাননী।
দেশত সাম্প্ৰদায়িক সংঘৰ্ষ ঘটাই লাভ আদায়ৰ বাবেই হওক বা ৰাজনৈতিক লাভা-লাভৰ অংকতেই হওক, ফেচবুক-টুইটাৰৰ দৰে প্ৰচুৰ সম্ভাৱনাপুৰ্ণ সামাজিক গণ্যমাধ্যমক ৰাজনৈতিক বা কট্টৰপন্থী সাম্প্ৰদায়িক গোটে ন্যস্তস্বাৰ্থত ব্যৱহাৰ কৰিবলৈ উঠিপৰি লাগিছে।