Home ৰাজ্যগৰুক ৰক্ষা কৰিবলৈ গৈ ৩ বছৰীয়া শিশু সহ নৈত পৰিল চুইফট, মহিলাৰ মৃত্যু, শিশুৰ অৱস্থা সংকটজনক

গৰুক ৰক্ষা কৰিবলৈ গৈ ৩ বছৰীয়া শিশু সহ নৈত পৰিল চুইফট, মহিলাৰ মৃত্যু, শিশুৰ অৱস্থা সংকটজনক

by News Desk
60 views
A+A-
Reset

newsnextone.com | ৰঙিয়াঃ ৰঙিয়াত তীব্ৰবেগী এখন বাহন ৰাজপথৰ পৰা নৈত বাগৰি পৰি এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ লগতে তিনি বছৰীয়া শিশু সহ কেইবাগৰাকী লোক আহত হয়৷ জানিব পৰা মতে, কামৰূপ জিলাৰ ৰঙিয়াৰ সমীপৰ ঘোগাজান নৈত এখন চুইফট ডিজায়াৰ গাড়ী শনিবাৰে বাগৰি পৰি মহিলাগৰাকীৰ মৃত্যু হয়৷

তীব্ৰবেগী AS-01-DF-6801 নম্বৰৰ চুইফট ডিজায়াৰ খন ৰাষ্ট্ৰীয় ঘাইপথেৰে গুৱাহাটীৰ কামাখ্যাৰ পৰা পাঠশালালৈ আহি আছিল৷ ৰঙিয়া পোৱাৰ পিছতে পথৰ মাজেৰে পাৰ হ’ব খোজা এটা গৰুক ৰক্ষা কৰিব খোজেতেই তীব্ৰবেগী গাড়ীখন নৈত বাগৰি পৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0