Home ৰাজ্যজকাইচুকৰ পথাৰ, দোং, পুখুৰীৰ বৰালী, কাৱৈ, গৰৈ, তোৰা, বামি, পুঠিৰ বাঢ়িছে আদৰ

জকাইচুকৰ পথাৰ, দোং, পুখুৰীৰ বৰালী, কাৱৈ, গৰৈ, তোৰা, বামি, পুঠিৰ বাঢ়িছে আদৰ

by News Desk
65 views
A+A-
Reset

newsnextone.com | নগাঁওঃ ৰাজ্যৰ বিভিন্ন জিলাত এতিয়া আদৰ বাঢ়িছে থলুৱা মাছৰ৷ থলুৱা মাছৰ সংৰক্ষণৰ প্ৰতি ভাৰতীয় মীন আইনে প্ৰৱৰ্তন কৰা আইনখনক উপলুঙা কৰি সময়ে সময়ে অবাধে কণীযুক্ত মাছ নিধন কৰিলেও থলুৱা মাছৰ সংখ্যা ৰাজ্যত এতিয়াও কমা নাই৷ গ্ৰাম্য অঞ্চলত বহু প্ৰজাতিৰ থলুৱা মাছ সম্প্ৰতি বিলুপ্তিৰ পথত যদিও থলুৱা ৰৌ, বৰালী, কাৱৈ, মিৰিকা, বামি, পুঠি, শিঙি, চন্দা, গৰৈ, তোৰা, মাগুৰ, কান্ধুলী, ফোপা আদি থলুৱা প্ৰজাতিৰ মাছ আজিও আছে৷

ৰাজ্যৰ বিল, খাল, পুখুৰী পথাৰত উভৈনদী হৈ থকা থলুৱা মাছবোৰ লাহে লাহে নোহোৱা হবলৈ ধৰিছে যদিও বিপদৰ কালত অসমীয়াক থলুৱা মাছবোৰে অভাৱ পূৰণ কৰিছে৷ ৰাজ্য খনৰ সম্পদ স্বৰূপ থলুৱা মাছ সমূহ হয়তো এদিন অসমৰ বুকুৰ পৰা হেৰাই যাব৷ যিবোৰ পুৰ্বে গাঁৱৰ পথাৰত নাইবা পুখুৰী, দোং, আদিত পোৱা গৈছিল৷ বহু প্ৰজাতিৰ মাছ সমূহ বিলুপ্ত হব ধৰাৰ সময়তে ভৰ বাৰিষা নৈ, নিজৰা, পুখুৰী পানীত অগণন থলুৱা মাছ দেখা পোৱা যায়৷ নৈ, নিজৰা, পুখুৰী পানীত পোৱা মাছ কিছুদিন আগলৈ এলাগী হৈ আছিল যদিও হঠাৎ মাছৰ বজাৰত আদৰ বাঢ়িব ধৰিছে এই সমূহ থলুৱা মাছৰ আদৰ বাঢ়িব ধৰিছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0