Home ৰাজ্যগৌতম বৰাৰ সোঁহাত স্বৰূপ সভাপতি-সম্পাদকে লুণ্ঠন চলাইছিল বটদ্ৰবা সত্ৰ সমবায় সমিতিত

গৌতম বৰাৰ সোঁহাত স্বৰূপ সভাপতি-সম্পাদকে লুণ্ঠন চলাইছিল বটদ্ৰবা সত্ৰ সমবায় সমিতিত

by News Desk
47 views
A+A-
Reset

newsnextone.com | নগাঁওঃ নগাঁও জিলাৰ বটদ্ৰবা সত্ৰ সমবায় সমিতিত যোৱা ১৬ জুলাইত চাউল, অাটা আদি বিতৰণৰ ক্ষেত্ৰত ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগৰ ভিত্তিত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাই তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰি ৬গৰাকী এজেণ্টক গ্ৰেপ্তাৰ কৰে৷

বটদ্ৰৱাৰ সত্ৰ সমবায় সমিতিৰ দুৰ্নীতিৰ বিৰুদ্ধে অভিযান চলাই সকলো বোৰ নথি পত্ৰ আৰু তথ্য পৰীক্ষা কৰাৰ অন্তত প্ৰায় দুটা দশক জুৰি চলাই অহা একনায়কত্ব বাদ আৰু খাদ্য সুৰক্ষা আঁচনিৰ নামত আৱণ্টিত চাউল লুণ্ঠনৰ বৃহৎ কেলেংকাৰীৰ অভিযোগত ৬ জনক গ্ৰেপ্তাৰ কৰা হয়। সুলভ মূল্যৰ দোকানী আহমেদ আলী, কোবাছ আলী, মহৰ উদ্দিন, আব্দুল ৰহমান, কাছেম আলী আৰু ছমছেৰ আলীক গ্ৰেপ্তাৰ কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0