60
নলবাৰীঃ নলবাৰীৰ যুৱ নেতা ৰঞ্জিত বৰ্মনলৈ আগবঢ়োৱা হৈছে সদৌ অসম সাহিত্য সন্মিলনে ঘোষণা কৰা ঐক্যতান বঁটাৰ অন্তৰ্গত শ্ৰেষ্ঠ যুৱ সংগঠক বঁটা।
স্কুলীয়া দিনৰে পৰা ছাত্ৰ ৰাজনীতিৰ সৈতে জড়িত বৰ্মন এসময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ ক্ৰীড়া সম্পাদকৰ দায়িত্বত আছিল।