newsnextone.com | ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ অনন্তনাগত নিৰাপত্তাৰক্ষীৰ কনভয়ত সন্ত্ৰাসবাদীয়ে ভয়াবহ আক্ৰমণ সংঘটিত কৰে। নিৰাপত্তাৰক্ষীৰ কনভয়ক লক্ষ্য কৰি ধাৰাষাৰ গুলিবৰ্ষণ কৰাত দুগৰাকী জোৱানৰ দেহত গুলী লগা বুলি জানিব পৰা গৈছে।
#SpotVisuals: Terrorists fire upon security personnel at Bumzoo village in Anantnag district's Mattan; Area cordoned off, more details awaited. #JammuAndKashmir (visuals deferred by unspecified time) pic.twitter.com/rgD5GKQdmi