Home ৰাজ্যউৎকট গৰমে দহিছে ৰাজ্য, ৰাজ্যত পুনৰ এজন লোকৰ মৃত্যু

উৎকট গৰমে দহিছে ৰাজ্য, ৰাজ্যত পুনৰ এজন লোকৰ মৃত্যু

by News Desk
83 views
A+A-
Reset

newsnextone.com | লংকাঃ উৎকট গৰমে দহিছে ৰাজ্য। প্ৰচণ্ড গৰম সহিব নোৱাৰি শুকুৰবাৰে কোকৰাঝাৰত এগৰাকী আৰক্ষীৰ জোৱানৰ মৃত্যু হোৱাৰ লগতে আন এগৰাকী জোৱান চিকিৎসাধীন হ’বলগীয়া হোৱাৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌয়াওঁতেই হোজাই জিলাৰ লংকাত এগৰাকী লোকে গৰম সহিব নোৱাৰি মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। 

জানিব পৰা মতে, শনিবাৰে লংকাৰ উদালিত প্ৰচণ্ড গৰমৰ বাবে আব্দুল কুদ্দুছ নামৰ এজন লোকৰ মৃত্যু হয়। প্ৰচণ্ড গৰমৰ বাবে অচেতন হৈ পৰা লোকজনক চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যুক আকোৱালি লয়। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0