Home ৰাজ্যঅসম-অৰুণাচল সীমান্তৰ পাহাৰত নিৰাপত্তাৰক্ষীৰ অভিযান, ৪৮ ঘণ্টাত জালত পৰিল ৫ জনকৈ উগ্ৰপন্থী

অসম-অৰুণাচল সীমান্তৰ পাহাৰত নিৰাপত্তাৰক্ষীৰ অভিযান, ৪৮ ঘণ্টাত জালত পৰিল ৫ জনকৈ উগ্ৰপন্থী

by News Desk
57 views
A+A-
Reset

newsnextone.com | লিডুঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অসম-অৰুণাচল সীমান্তৰ জাগুনত সেনা-আৰক্ষীৰ অভিযান অব্যাহত আছে। সেনা আৰক্ষীয়ে প্ৰতিটো দিনেই সীমান্তৰ পাহাৰত  উগ্ৰপন্থী বিৰোধী অভিযান চলাই অহা পৰিলক্ষিত হৈছে ৷ বৃহস্পতিবাৰে নিশাৰে পৰা চলা সেনা-আৰক্ষীৰ উগ্ৰপন্থী বিৰোধী অভিযান ২৪ ঘণ্টাৰ অন্তত সামৰণি পেলাইছিল। ২৪ ঘণ্টীয়া অভিযান কালত বৃহস্পতিবাৰে নিশা ৩ জন এনডিএফবি কেডাৰ জালত পৰাৰ লগতে শুকুৰবাৰে পুৱাই এগৰাকী এনএছচিএন কেডাৰক জালত পেলাবলৈ সক্ষম হৈছিল নিৰাপত্তাৰক্ষীয়ে।

তাৰ পিছতে শনিবাৰে পুৱাৰে পৰা পুনৰ চলে সেনা-আৰক্ষীৰ অভিযান। অসম আৰক্ষী, সেনাৰ ১৩নং অসম ৰাইফলচ আৰু সেনাৰ শিখ ৰেজিমেণ্টে শনিবাৰে পুৱাৰে পৰা  চলোৱা অভিযানত জাগুনৰ লাকলাৰ টংকপানী এলেকাৰ পৰা এজন সন্দেহজনক এন এছ চি এনৰ  লিংকমেনক আটক কৰিবলৈ সক্ষম হয় ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0