Home ৰাজ্য‘আমাৰ আগত ডাঙৰ হৈছিল সোণোৱাল’, মুখ্যমন্ত্ৰীৰ ঘৰৰ ওচৰৰ ‘মাজুলী’ নাথাকিব কেইটামান ঘণ্টাৰ পিছত

‘আমাৰ আগত ডাঙৰ হৈছিল সোণোৱাল’, মুখ্যমন্ত্ৰীৰ ঘৰৰ ওচৰৰ ‘মাজুলী’ নাথাকিব কেইটামান ঘণ্টাৰ পিছত

by News Desk
A+A-
Reset
sonowalccccccccccccccccccccc

newsnextone.com |  ডিব্ৰুগড়ঃ কেৱল স্মৃতি হৈ ৰব সকলোবোৰ৷ জীৱনৰ আদি পাঠ আৰম্ভ কৰাসকলে খবৰটো শুনি হুকহুকাই কান্দিছে৷ সমনীয়াৰ সৈতে ধেমালি কৰি পাৰ কৰা সেই মুহূৰ্তবোৰক মনত পেলাই কেৱল চকুলোঁ টুকিছে৷ শৈশৱৰ মধুৰ সময় পাৰ কৰা আদৰৰ চাৰিবেৰৰ ঘৰ খন নাথাকিব৷ হেড চাৰৰ সেই কোঠালিটো নাথাকিব৷ মৰমৰ শ্ৰেণী কোঠা কেইটা নাথাকিব৷ মন্দিৰৰ দৰেই পবিত্ৰ বুলি জ্ঞান কৰা স্কুল খন দুদিন পিছত ইতিহাস হৈ যাব৷ 

তাহানি পঢ়ি যোৱা আৰু এতিয়াৰ ছাত্ৰসকলে কেৱল কব লাগিব তাত আমি পঢ়া স্কুল খন আছিল৷ থাকিব তাহানিৰ স্মৃতি কিন্তু বিচাৰি ফুৰিলেও নাপাব মৰমৰ স্কুলখন৷ স্কুল খন ব্ৰহ্মপুত্ৰ নদীৰ বুকুত জাহ যাবলৈ মাথো আৰু কেইটামান ঘণ্টা বাকী। এই পৰিস্থিতি এতিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিজ ঘৰৰ সমীপত। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিজ ঘৰৰ সমীপ ব্ৰহ্মপুত্ৰ নদীত জাহ যাব বিদ্যালয়খন।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0