64
newsnextone.com | শিৱসাগৰঃ ১৯৯১ ৰপৰা ২০০১ চনলৈ অসমৰ সমূহ প্ৰাথমিক বিদ্যালয়ত শিক্ষকৰ অভাৱ পূৰণৰ বাবে প্ৰায় ১২,০৯৩ জন যুৱক-যুৱতীক ৰাজ্যখনৰ বিভিন্ন বিদ্যালয়ত নিযুক্তি প্ৰদান কৰিছিল৷
ৰাজ্যত একেৰাহে তিনিবাৰকৈ গাদী দখল কৰা পুৰ্বৰ কংগ্ৰেছ চৰকাৰে বিনাচৰ্তে শিক্ষকসকলৰ দা-দৰমহা নিয়মীয়া কৰাৰ ব্যৱস্থা কৰি দিছিল যদিও সেয়া আজিকোপতি এক নয়া পইচাও বেংকৰ একাউন্টত নোসোমাল৷