Home ৰাজ্যঐতিহাসিক শিৱসাগৰৰ বৰপুখুৰীপাৰত বৃহস্পতিবাৰে আত্মজাহ দিবলৈ ওলাই আহিল শিক্ষক

ঐতিহাসিক শিৱসাগৰৰ বৰপুখুৰীপাৰত বৃহস্পতিবাৰে আত্মজাহ দিবলৈ ওলাই আহিল শিক্ষক

by News Desk
56 views
A+A-
Reset

newsnextone.com | শিৱসাগৰঃ ঐতিহাসিক শিৱসাগৰৰ বৰপুখুৰী পাৰত বৃহস্পতিবাৰে বহু শিক্ষকে আত্মজাহ দিবলৈ ওলাই অহাৰ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। হছৰ হছৰ ধৰি বেতন বঞ্চিত শিক্ষকে আত্মজাহ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰি বৃহস্পতিবাৰে ৰাজপথলৈ ওলাই আহে।

ৰাজ্যৰ ৯,২৩৬ শিক্ষকৰ শিৱসাগৰত আত্মজাহৰ হুংকাৰ পূৰ্বেই প্ৰদান কৰিছিল। ফলত পুৱাই পৰিয়ালসহ আত্মজাহৰ হুংকাৰ দি ২৪খন জিলাৰ বিভিন্ন প্ৰান্তৰ বেতন বঞ্চিত শিক্ষক বিভিন্ন ঠাইলৈ ওলাই অহাত এক অবাঞ্চিত পৰিস্থিতিৰ সৃষ্টি হয় ৰাজ্যজুৰি। ১৯৯১ৰ পৰা ২০০১ চনৰ ভিতৰত নিযুক্তি পাইছিল এইসকল বেতন বঞ্চিত শিক্ষকে। নিযুক্তিৰ দিনৰে পৰা বেতনৰ পৰা বঞ্চিত হৈ আহিছে শিক্ষকসকল। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0