Home ৰাজ্যউপ-দ্বীপত পৰিণত হৈছে সোণাৰিৰ ৰাজহুৱা শ্মশান, পথ-কালভাৰ্ট নিৰ্মাণত মন্ত্ৰী তপনে নিদিলে গুৰুত্ব

উপ-দ্বীপত পৰিণত হৈছে সোণাৰিৰ ৰাজহুৱা শ্মশান, পথ-কালভাৰ্ট নিৰ্মাণত মন্ত্ৰী তপনে নিদিলে গুৰুত্ব

by News Desk
59 views
A+A-
Reset

newsnextone.com | চৰাইদেউঃ শক্তিমন্ত্ৰী তপন গগৈৰ গৃহ জিলাত উপ-দ্বীপত পৰিণত হৈছে এখন শ্মশান৷ কিয়নো যোৱাটো বানত শ্মশান খনলৈ যোৱা পথটোৰ কালভাৰ্ট সহ এটা অংশ উটুৱাই নিছিল। যাৰ ফলত পথ বিহীন আৰু চৌদিশে পানীৰ মাজত থকা শ্মশানখন এতিয়া উপ-দ্বীপত পৰিণত হৈছে। প্ৰশাসন তথা পৌৰ সভাই গুৰুত্ব প্ৰদান নকৰাৰ ফলতেই উপ-দ্বীপত পৰিণত হৈছে শ্মশানখন। বাৰিষা মহা বিপদত পৰিছে জনসাধৰণ৷ শ্মশানলৈ অহা-যোৱা কৰা পথটো চৰকাৰ তথা প্ৰশাসনক পথটো মেৰামতি কৰি দিবলৈ দাবী জনাই হায়ৰাণ হৈ পৰিছে জনসাধাৰণ৷

চৰাইদেই জিলাৰ সোণাৰি নগৰৰ ৯ নং ৱাৰ্ডৰ ভাৱানীপুৰস্থিত সোণাৰি ৰাজহুৱা শ্মশানলৈ পথটো পূৰ্বৰ পৰাই জৰাজীৰ্ণ হৈ আছিল। জৰাজীৰ্ণ পথটোৰ এটা কালভাৰ্ট কিছুদিনৰ পূৰ্বে বানে উটুৱাই নিয়াত যাতনা ভোগ কৰিব লগা হৈছে ৰাইজে। সোণাৰি পৌৰসভাই পথ-কালভাৰ্ট নিৰ্মাণ নকৰাৰ বাবে ৰাইজে যমৰ-যাতনা ভোগ কৰি পানীত নামি মৃতদেহ দাহ কৰিবলৈ নিব লগা হৈছে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0