Home ৰাজ্যঅসমত হাই এলাৰ্ট ঘোষণা, নিশাৰে পৰা গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা

অসমত হাই এলাৰ্ট ঘোষণা, নিশাৰে পৰা গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা

by News Desk
69 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ সোমবাৰে পুৱা ১০ বজাত আনুষ্ঠানিকভাৱে প্ৰকাশ পাব এনআৰচিৰ চূড়ান্ত খচৰা৷ এনআৰচিৰ গুৱহাটীস্থিত ৰাজ্যিক সমন্বয়কৰ কাৰ্যালয়ে মুকলি কৰিব চূড়ান্ত খচৰা৷ যাৰ বাবে সাজু হৈছে ৰাজ্য চৰকাৰ৷ ইপিনে যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলৈ কৰিবলৈ ৰাজ্যৰ প্ৰশাসন সাজু হৈছে৷

দেশৰ গৃহ মন্ত্ৰালয়ে ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী, মুখ্য সচিব, ডিজিপিৰ সৈতে দিল্লীত বৈঠক অনুষ্ঠিত কৰি এনআৰচিৰ খচৰা প্ৰকাশৰ পিছত উদ্ভৱ হ’ব পৰা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চিন্তা-চৰ্চা কৰি কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলে। আনহাতে ৰাজ্যৰ কেইবালাখ বাংলাভাষী মুছলমান আৰু হিন্দুৱে খচৰাত নাম প্ৰকাশ নাপাব বুলি আশংকাত দিন পৰিছে। তাৰ মাজতে ৰাজ্য চৰকাৰ সমগ্ৰ অসমত হাই এলাৰ্ট ঘোষণা কৰে৷ সকলো পৰিস্থিতিৰ সৈতে মুখামুখি হ’বলৈয়ে সমগ্ৰ অসমত হাই এলাৰ্ট ঘোষণা কৰে ৰাজ্যৰ প্ৰশাসনে৷  

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0