Home ৰাজ্যশিক্ষাৰ অধিকাৰ আইন উলংঘা কাৰ্বি ভূমিত, শিক্ষক নোহোৱাকৈ চলিছে উচ্চতৰ মাধ্যমিকৰ শ্ৰেণী

শিক্ষাৰ অধিকাৰ আইন উলংঘা কাৰ্বি ভূমিত, শিক্ষক নোহোৱাকৈ চলিছে উচ্চতৰ মাধ্যমিকৰ শ্ৰেণী

by News Desk
64 views
A+A-
Reset

newsnextone.com | বোকাজানঃ এফালে ব্যক্তিগতখণ্ডৰ বিদ্যালয়সমূহক চৰকাৰী পুঁজি প্ৰদান আৰু আনফালে চৰকাৰী বিদ্যালয়সমূহত গুণোৎসৱ পালন ৷ এয়াই ৰাজ্য চৰকাৰৰ বৰ্তমানৰ শিক্ষা বিভাগ ৷ চৰকাৰী বিদ্যালয়সমূহত শৈক্ষিক মানদণ্ড উন্নীতকৰণৰ বাবে বিদ্যালয় সমূহৰ পালন কৰা গুণোৎসৱ বৰ্তমান ভেকোঁভাওনাতহে পৰিণত হোৱা পৰিলক্ষিত হৈছে ৷ 
শিক্ষাবিভাগে ৰাজ্যখনৰ প্ৰাথমিক বিদ্যালয়ৰ শৈক্ষিক পৰিবেশৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাৰ মান উন্নত কৰাৰ লক্ষ্যৰে বিদ্যালয়সমূহত গুণোৎসৱ নামেৰে এক অভিলাষী আঁচনিৰ জৰিয়তে ৰাজ্যত তিনিটা পৰ্যায়ত ৰূপায়নৰ ব্যৱস্থা কৰিছিল ৷ সমগ্ৰ ৰাজ্যৰ লগতে কাৰ্বি আংলং জিলাৰ বিদ্যালয়সমূহতো গুণোৎসৱৰ কাৰ্যসূচী সমাপন হৈ গৈছে ৷ 

উল্লেখ্য যে. কাৰ্বি আংলং জিলাত গুণোৎসৱৰ প্ৰাকক্ষণত কাৰ্বি স্বায়ত্ব পৰিষদৰ অন্তৰ্গত শিক্ষা বিভাগ, বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ৰ লগতে চৰকাৰী বিদ্যালয়সমূহৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে বিদ্যালয় তথা ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ মান উন্নত কৰাৰ স্বাৰ্থত আহোপুৰুসাৰ্থ চেষ্টা কৰা পৰিলক্ষিত হৈছিল ৷ কিন্তু গুণোৎসৱৰ পৰৱৰ্তী সময়ত ইয়াৰ এখন বিপৰীত ছবিহে জিলাখনত দেখিবলৈ পোৱা গৈছে ৷ ৰাজ্যৰ শিক্ষা বিভাগে শিক্ষাৰ ক্ষেত্ৰত ন’ ন’ আঁচনি গ্ৰহণেৰে শিক্ষা ব্যৱস্থাৰ সংস্কাৰ সাধনৰ বাবে তৎপৰতা দেখুৱা পৰিলক্ষিত হৈছে। সেই সময়ত ছাত্ৰ-ছাত্ৰীৰ বাবে মাচুল ৰেহাইৰ পৰা আৰম্ভ কৰি উচ্চতৰ মাধ্যমিক শ্ৰেণীলৈকে বিনামূলীয়া পাঠ্যপুথিৰ যোগান ধৰাৰ বাবে চৰকাৰে ব্যৱস্থা কৰিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0