Home ৰাজ্যআমৰিয়ে কান্দিছে? শুনক চৰকাৰ, বাৰিষা হাজাৰ হাজাৰ লোক গৃহবন্দী হৈ পৰা অসমৰ এটা অঞ্চল

আমৰিয়ে কান্দিছে? শুনক চৰকাৰ, বাৰিষা হাজাৰ হাজাৰ লোক গৃহবন্দী হৈ পৰা অসমৰ এটা অঞ্চল

by News Desk
64 views
A+A-
Reset

newsnextone.com | বঢ়মপুৰঃ ৰাজ্যৰ ভিতৰতে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ পশ্চিম কাৰ্বি আংলং জিলা। তিৱা, কাৰ্বি, খাচি আদি বিভিন্ন জনজাতীয় লোকসকলে অতীজৰে পৰা পশ্চিম কাৰ্বি আংলং জিলাত বসবাস কৰি আহিছে। প্ৰাকৃতিক সম্পদেৰে চহকী জিলাখনৰ উন্নয়নৰ কথা সময়ে সময়ে বিভিন্ন মাধ্যমত প্ৰকাশ হৈ আহিছে। কিন্তু জিলা খনত এখন এনেকুৱা অঞ্চল আছে যিটো অঞ্চলক প্ৰত্যক্ষ কৰিলে অঞ্চলটোক স্বাধীন ভাৰতৰ ঠাই যেন নালাগে। পশ্চিম কাৰ্বি আংলঙৰ প্ৰায় ৯০ শতাংশ লোকে কৃষি কৰ্মৰ সৈতে জৰিত। 

পশ্চিম কাৰ্বি আংলং জিলাৰ মনোমোহা ঠাই হৈছে আমৰি অঞ্চলৰ কথাতে কৈছোঁ। জনজাতীয় বিভিন্ন শিল্প, পৰম্পৰা, কুঁতিৰ শিল্প, লোক কৃষ্টি-সংস্কৃতিৰ ভঁৰাল আমৰি। আমৰিক অসমৰ কৃষ্টি-সংস্কৃতিৰ ভঁৰাল বুলি কলে বঢ়াই কোৱা নহ’ব আমৰি অঞ্চলক। পশ্চিম কাৰ্বি আংলং জিলাৰে নহয় সমগ্ৰ ৰাজ্যৰ বাবে পৰ্যটন ক্ষেত্ৰৰ এক সম্ভাৱনা পূৰ্ণ অঞ্চল আমৰি।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0