আইছিছৰ বিৰুদ্ধে তৎপৰ আৰক্ষী, ৬ ৰাজ্যৰপৰা আটক ৯

Home দেশআইছিছৰ বিৰুদ্ধে তৎপৰ আৰক্ষী, ৬ ৰাজ্যৰপৰা আটক ৯

আইছিছৰ বিৰুদ্ধে তৎপৰ আৰক্ষী, ৬ ৰাজ্যৰপৰা আটক ৯

by News Desk
56 views
A+A-
Reset

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশতে আইছিছৰ বিৰুদ্ধে তৎপৰ হৈছে আৰক্ষী৷ দেশত আইছিছৰ গতিবিধিৰ উমান পোৱাৰ পিছতে সষ্টম হৈ পৰিছে আৰক্ষী৷ দেশৰ ৬ খন ৰাজ্যত উগ্ৰপন্থী বিৰোধী অভিযানত ৯ গৰাকী সন্দেহযুক্ত লোকক আটক কৰিছে আৰক্ষীয়ে৷ অাৰক্ষীয়ে অভিযান চলোৱা ৰাজ্যকেইখন হৈছে উত্তৰ প্ৰদেশ, দিল্লী, অন্ধ্ৰ প্ৰদেশ, পাঞ্জাৱ আৰু বিহাৰ৷

এই ৬ ৰাজ্যৰ আৰক্ষীয়ে যুটীয়াভাৱে এই অভিযান চলাইছিল৷ মুম্বাই, জলন্ধৰ, নৰকটিয়াগঞ্জ, বিজনৌৰ আৰু মুজাফৰনগৰৰ অভিযুক্তসকলক আটক কৰে৷ উত্তৰ প্ৰদেশৰ অতিৰিক্ত আৰক্ষী প্ৰধান দলজিত সিং চৌধুৰীয়ে কয় যে আটক ৯ জনৰ চাৰিজনৰ বিৰুদ্ধে কুটাঘাটত জড়িত থকাৰ প্ৰমাণ মজুত আছে আৰক্ষীৰ ওচৰত৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0