Home ৰাজ্যতামুলপুৰত ব্যৱসায়ীৰ ঘৰত চাঞ্চল্যকৰ ডকাইতি, ৰহস্যজনক মৃত্যু সম্বৰুৰ

তামুলপুৰত ব্যৱসায়ীৰ ঘৰত চাঞ্চল্যকৰ ডকাইতি, ৰহস্যজনক মৃত্যু সম্বৰুৰ

by News Desk
60 views
A+A-
Reset

newsnextone.com | তামুলপুৰঃ বাক্সা জিলাৰ তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কুমাৰীকাটা আৰক্ষী চকীৰ অধীনস্থ উপৰ চৰীয়াত নিশা চাঞ্চল্যকৰ ডকাইতি ঘটনা সংঘটিত হয়৷ জানিব পৰা মতে, উপৰ চৰীয়া গাঁৱৰ সম্বৰু বড়ো (৪০) নামৰ এগৰাকী ব্যৱসায়ীৰ ঘৰত নিশা দুজন অচিনাক্ত দুৰ্বৃত্তই হাতত পিষ্টল লৈ প্ৰৱেশ কৰে। 

অচিনাক্ত দুৰ্বৃত্তই দুজনে ব্যৱসায়ীজনৰ পৰা প্ৰায় ডেৰ লাখ টকা লুট কৰি নিয়াৰ লগতে ব্যৱসায়ী জনৰ এএছ-২৫ডি-০২২৯ নম্বৰৰ চুপাৰ স্প্লেণ্ডাৰ বাইক খন লৈ উধাও হয় দুৰ্বৃত্ত ৷ নিশা এই ঘটনা সংঘটিত হোৱাৰ পিছতে ব্যৱসায়ী সম্বৰু বড়োৰ ৰহস্যজনক ভাৱে মৃত্যুক আঁকোৱালি লোৱাত পুৱতি নিশা এই ঘটনাক লৈ ঘৰ খনত হুৱাদুৱা লাগে ৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0