Home ৰাজ্যসাংবাদিক,ক্ৰীড়াবিদ নিৰ্মল দত্তৰ দেহাৱসান

সাংবাদিক,ক্ৰীড়াবিদ নিৰ্মল দত্তৰ দেহাৱসান

by News Desk
A+A-
Reset
71560f49-c5e1-4c20-a353-9c03d6ccf413

“সাংবাদিকতাৰ আদিপাঠ লোৱাৰ সময়ত সাপ্তাহিক ‘প্ৰগতি’ ৰ কাৰ্যালয়ত প্ৰায়ে লগ পাইছিলো দুলীয়াজানৰ নিৰ্মল দত্তক ৷ ৰাষ্ট্ৰীয় পৰ্যায়ত ক্ৰীড়াবিদ গঢ় দিয়াত অপৰিসীম অৱদান আছিল দত্ত দাৰ ৷ ৯০ দশকত আলফাৰ উথানতো সহায় কৰিছিল দত্ত দাই ৷এজন প্ৰাক্তন সেনা হৈয়ো সেই সময়ত আলফাক তেওঁ বিভিন্ন প্ৰকাৰে সহায়ো কৰিছিল ৷ যাৰ বাবে অপাৰেচন বজৰং,ৰাইন’ ৰ অভিযান কালত সেনাৰ অকথ্য নিৰ্যাতনৰ সন্মুখীন হবলগাত পৰিছিল নিৰ্মল দত্ত ৷যোৱা বুধবাৰে তেখেতৰ দেহাৱসান ঘটে ৷ তেখেতৰ মৃত্যুত একাঁজলী গভীৰ শ্ৰদ্ধা নিবেদিলো ৷”

                                       @ হীৰক জ্য়োতি কলিতা,

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0