97
জম্মু-কাশ্মীৰৰ সীমাত অশান্তিকৰ পৰিৱেশৰ সৃষ্টি কৰিবলৈ সন্ত্ৰাসবাদীয়ে এইবাৰ আৰক্ষীৰ সকলৰ পৰিয়ালৰ লোকক লক্ষ্য কৰে৷ জন্মু কাশ্মীৰৰ পুলবামা জিলাৰ ত্ৰালৰ পৰা আৰক্ষী বিষয়াৰ সন্তানক অপহৰণ কৰে৷
আনহাতে আজি শুকুৰবাৰে পাঁছজন আৰক্ষীৰ বিষয়াৰ পৰিয়ালক অপহৰণ কৰি অৰাজকতাৰ সৃষ্টি কৰিছে৷ উক্ত ঘটনাৰ বিষয়ে অধিকাৰীসকলৰ পৰা জানিব পৰা মতে সন্ত্ৰাসবাদীসকলে প্ৰায় পাচঁ জন লোকক শৌপিয়া, কুলগাম, অনন্তগাম আৰু অৱন্তিপৌৰাৰ পৰা অপহৰণ কৰি নিয়ে৷