65
newsnextone.com।টীয়কঃ মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে বৃহস্পতিবাৰে পবিত্ৰ দিনটোত ৰাজ্যৰ সকলো নামঘৰ সত্ৰ পুৱাৰে পৰা হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে।
মহাপুৰুষজনাৰ তিৰোভাৱ তিথিক লৈ পুৱাৰেপৰা অগণন ভকতৰ সমাগম ঘটে মহাপুৰুষ মাধৱদেৱ স্থাপিত উজনিৰ অন্যতম তীৰ্থক্ষেত্ৰ যোৰহাট জিলাৰ টীয়কৰ ঐতিহাসিকঢেকীয়াখোৱা বৰনামঘৰত।