Home ৰাজ্যপূব মঙ্গলদৈত গ্রাম্য পথৰ দুৰাৱস্থা

পূব মঙ্গলদৈত গ্রাম্য পথৰ দুৰাৱস্থা

by News Desk
64 views
A+A-
Reset

newsnextone.com।খাৰুপেটীয়াঃ উন্নয়ন আৰু পৰিবৰ্তনৰ প্ৰতিশ্ৰুতিৰে গাদী দখল কৰা বি জে পি নেতৃত্বাধীন মিত্রজোঁটৰ সোণোৱাল চৰকাৰৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ পূব মংগলদৈ অঞ্চল সমূহত স্পষ্ট হৈ পৰিছে।

পূব মঙলদৈ অঞ্চলৰ বিভিন্ন বাট-পথ, দলং আদিৰ জৰাজীৰ্ণ অৱস্থাত যমৰ যাতনাত ভুগিবলগীয়া হৈছে অঞ্চলটোৰ ৰাইজে। দৰং-ওদালগুৰি জিলাৰ সিমামুৰীয়া পূব মঙলদৈৰ আওহতীয়া অঞ্চল সংযোগী কেইবাটাও গঢ়কাপ্তানি গ্রাম্য পথ মেৰামতিৰ অভাৱত জহি-খহি যোৱাৰ লগতে দলং সমূহো জৰাজীৰ্ণ হৈ পৰাত বৃহত্তৰ অঞ্চলৰ ৰাইজৰ দুখ-দুৰ্গতিৰ সীমা নোহোৱা হৈছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0