Home ৰাজ্যহৰেণ বড়া পৰিয়াললৈ শ্ৰদ্ধাঞ্জলি জনাই দিখৌমুখত সকলোৱে জ্বলালে এগছিকৈ বন্তি

হৰেণ বড়া পৰিয়াললৈ শ্ৰদ্ধাঞ্জলি জনাই দিখৌমুখত সকলোৱে জ্বলালে এগছিকৈ বন্তি

by News Desk
66 views
A+A-
Reset

newsnextone.com। শিৱসাগৰঃ
হৰেণ বড়াৰ পৰিয়াল আৰু গুৱাহাটীৰ ব্রহ্মপুত্রৰ বুকুত নাও দূৰ্ঘটনাত মৃত সকললৈ শ্রদ্ধাঞ্জলি জনাই সকলোৰে আত্মাৰ সদ্গতিৰ বাবে দিখৌমুখৰ ভৰলুৱা তিনিআলি আৰু সকলোৰে পদুলিত জ্বলালে এগচিকৈ বন্তি।
দাউ দাউকৈ জ্বলিল পাঁচ দিনৰ অন্তত পাঁচখনকৈ চিটা।
এতিয়া দিখৌৰ পাৰত শোকৰ বন্যা।


 সকলোৱ স্বস্তিৰ নিশ্বাস পেলাই ৰ’দ বৰষুণকো নেওচি বাট চাই আছিল সেই ক্ষণটোলৈ…।
 অৱেশেষত বৃহস্পতিবাৰে সেই সময় আহিল তাৰ পাছত অশ্রুসিক্ত নয়নেৰে বিদায়,
আজি দূৰ্ভগীয়া পৰিয়ালটোৰ আত্মাৰ সদ্গতিৰ বাবে সকলোৱে পদুলিত জ্বলালে এগছিকৈ বন্তি।
এতিয়া দিখৌমুখত শোঁকৰ ছাঁ।
এনে নোহোৱা নোপজা ঘটনাৰ যাতে পুনৰাবৃত্তি নহওঁক তাৰেই কামনাৰে সকলোৱে জ্বলালে এগছিকৈ বন্তি।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0