Home ৰাজ্যবিহালীৰ ৬ গৰাকী শিক্ষকলৈ জিলা পৰ্যায়ৰ কৃতী শিক্ষকৰ সন্মান

বিহালীৰ ৬ গৰাকী শিক্ষকলৈ জিলা পৰ্যায়ৰ কৃতী শিক্ষকৰ সন্মান

by News Desk
59 views
A+A-
Reset

newsnextone.com। বিহালীঃ সৰ্বপল্লী ৰাধাকৃষ্ণণনৰ জন্মদিন উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ঐতিহাসিক নগৰী তেজপুৰস্থিত জিলা পুথিভঁৰালত আয়োজিত ৫৭ সংখ্যক শিক্ষক দিৱসত জিলা ভিত্তিক কৃতী শিক্ষকৰ বঁটা প্ৰদান কৰা হয়।

এই অনুষ্ঠানত বিহালীৰ ৬ গৰাকী শিক্ষকে কৃতী শিক্ষকৰ বঁটা লাভ কৰি বিহালী অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনে। হাতীবন্ধা মজলীয়া বিদ্যালয়ৰ বিজ্ঞান শিক্ষয়িত্রী চন্দনা ৰায় ভুঞা,থান বিহালী প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্রী অজন্তা কলিতা,পূৱ বিহালী উচ্চত্বৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্রী লখিমী দত্ত বৰা,জনতা উচ্চত্বৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক উমা শৰ্মা, সাহিত্যৰথী লক্ষীনাথ বেজবৰুৱা মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক ঘনশ্যাম বৰা আৰু তিনিসুতি হাইস্কুলৰ প্ৰধান শিক্ষক ৰোহিনী শৰ্মাক বঁটা প্ৰদান কৰা হয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0