55
তেজপুৰ: কংগ্ৰেছ দলে আহ্বান জনোবা ভাৰত বন্ধৰ কালচোৱাত তেজপুৰত সৰ্বাত্মক কৰাৰ বাবে তেজপুৰত কংগ্ৰেছ আৰু আৰক্ষীৰ মাজত সংঘাট সৃষ্টি হোৱা পৰিলক্ষিত হয় ।
তেজপুৰৰ মিচন চাৰিআলিত বন্ধ সমৰ্থকে গাড়ী মটৰ যান বাহন ৰখাই প্ৰতিবাদ সাবস্ত্য কৰাত আৰক্ষীয়ে বাধা দিয়াৰ চেষ্ট কৰে।