বিহালীত ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যা সমাধানৰ বাবে তীব্ৰ আন্দোলনৰ পোষকতা

Home ৰাজ্যবিহালীত ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যা সমাধানৰ বাবে তীব্ৰ আন্দোলনৰ পোষকতা

বিহালীত ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যা সমাধানৰ বাবে তীব্ৰ আন্দোলনৰ পোষকতা

by News Desk
61 views
A+A-
Reset

newsnextone.com | বিহালীঃ আজি ক্ষুদ্ৰ চাহ সুৰক্ষা সমিতিৰ উদ্যোগত ‘ক্ষুদ্ৰ চাহ খেতিয়কৰ স্থায়ী সমস্যা সম্ভব নে’ শীৰ্ষক এখন মত বিনিময় সভা বিহালীৰ বগীজুলীত অনুষ্ঠিত হয়৷ সভাত আদিবাসী ছাত্র সন্থাৰ জিলা সম্পাদক অজিত কুৰ্মী, ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ নেতা তুলতুল দাস, অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ নেতা পুতুল দাস,  পুৱ বিহালী ছাত্র সন্থাৰ সম্পাদক ডিম্বেশ্বৰ বৰা, কৃষক মহাসভাৰ অনন্ত হাজৰিকা, বিপ্লৱী যুৱ সন্থাৰ ধনঞ্জয় দাস, অসম সংগ্ৰামী সংগ্ৰামী চাহ শ্ৰমিত সংঘৰ কৃষ্ণ পাইক আৰু চিপিআই(এমএল) নেতা তথা ক্ষুদ্ৰ চাহ সুৰক্ষা সমিতিৰ মুখ্য উপদেষ্টা বিবেক দাসকে ধৰি শতাধিক চাহ খেতিয়কে অংশগ্ৰহণ কৰে৷ 

সভাত কেঁচা চাহপাতৰ মূল্য ক্ৰমান্বয়ে নিম্নগামী হোৱা, টি ব’ৰ্ডে নিৰ্ধাৰণ কৰা নুন্যতম ভিত্তি মূল্য ফেক্টৰী সমুহে আদায় নিদিয়া, কোম্পানী আৰু বটলিফ ফেক্টৰীৰ মাজত কেঁচা চাহপাতৰ মূল্যৰ বৈষম্য আদি বিষয়ত সকলোৱে মত ডাঙি ধৰে৷ সভাত সকলোৱে একেমুখে ক্ষুদ্ৰ চাহ খেতিয়কৰ ওপৰত আহি পৰা এই সমস্যাৰ স্থায়ী সমাধানৰ ওপৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0