Home ৰাজ্যভগৱান ৰামক উপলুঙা মহম্মদ আজিজৰ, ডুমডুমাত উত্তপ্ত পৰিস্থিতি

ভগৱান ৰামক উপলুঙা মহম্মদ আজিজৰ, ডুমডুমাত উত্তপ্ত পৰিস্থিতি

by News Desk
A+A-
Reset
md-aziz-ram

newsnextone.com | ডুমডুমাঃ হিন্দু সমাজৰ পৰম ইশ্বৰ ভগৱান ৰামক লৈ ফেচবুকত অশালীন মন্তব্য কৰাৰ পিছত হিন্দু-মুছলিমৰ মাজৰ সংঘাতে তিনিচুকীয়ৈ জিলাৰ ডুমডুমাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰা পৰিলক্ষিত হয়৷ বৃহস্পতিবাৰে ফেচবুকত মহম্মদ আজিজ খান নামৰ এজন যুৱকে এজন ব্যক্তিৰ এটা পোষ্টত হিন্দু ধৰ্মৰ ইশ্বৰ ভগৱান ৰামক উপলুঙা কৰি এক মন্তব্য কৰে৷ 

ইয়াৰ পিছতে মহম্মদ আজিজ খান নামৰ ফেচবুক একাউন্টধাৰী যুৱকজনৰ বিৰুদ্ধে একাংশ লোকে প্ৰতিবাদ জনাই উত্তপ্ত পৰিস্থিৰ সৃষ্টি কৰে৷ ইফালে এই সন্দৰ্ভত যুৱকজনৰ বিৰুদ্ধে হিন্দু যুৱ ছাত্ৰ পৰিষদে এখন এজাহাৰ দাখিল কৰি দোষীক শীঘ্ৰে আটক কৰি দৃষ্টান্তমূলক শাস্তি বিহিবলৈ দাবী জনায়৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0