Home ৰাজ্যএছিয়া পেছিফিক মাষ্টার্ছ গেমছত কাৰ্বি বোৱাৰীৰ জয়যাত্ৰা, স্বৰ্ণ আৰু ব্রঞ্জৰ পদকেৰে অভিলেখ

এছিয়া পেছিফিক মাষ্টার্ছ গেমছত কাৰ্বি বোৱাৰীৰ জয়যাত্ৰা, স্বৰ্ণ আৰু ব্রঞ্জৰ পদকেৰে অভিলেখ

by News Desk
A+A-
Reset
pakhila

newsnextone.com | বঢ়মপুৰঃ অসমৰ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ জীয়াৰী পখিলা ইংতিপীয়ে মালয়েছিয়াত অনুষ্ঠিত হৈ থকা এছিয়া পেছিফিক মাষ্টার্ছ গেমছত জয়যাত্ৰা অব্যাহত ৰাখিছে। অসমৰ দুৰন্ত এথেলীট পখিলাই মালয়েছিয়াত অনুষ্ঠিত হৈ থকা এছিয়া পেছিফিক মাষ্টার্ছ গেমছত ভাৰতৰ হৈ ৫০০০ খোজ কঢ়াত স্বর্ণ পদক অৰ্জন কৰাৰ পিছত আজি পুৱা অনুষ্ঠিত হোৱা ১৫০০ মিটাৰ দৌৰতো ব্রঞ্জৰ পদক অৰ্জন কৰি আন এটা সফলতা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। 

কোনো এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্রীড়া প্রতিযোগিতাত এটা সোণৰ পদক আৰু দুটা ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হোৱা পখিলা ইংতিপীয়েই হৈছে কাৰ্বি আংলঙৰ প্রথমগৰাকী এথলীট। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0