Home ৰাজ্যকাৰ্বি আংলংত মুখ্যমন্ত্ৰীৰ সেউজ অসম অভিযান, প্লাষ্টিক বৰ্জিত পৰিবেশ গঢ় দিবলৈ আহ্বান চন্দ্ৰকান্ত বসুমতাৰীৰ

কাৰ্বি আংলংত মুখ্যমন্ত্ৰীৰ সেউজ অসম অভিযান, প্লাষ্টিক বৰ্জিত পৰিবেশ গঢ় দিবলৈ আহ্বান চন্দ্ৰকান্ত বসুমতাৰীৰ

by News Desk
A+A-
Reset
52ff6264-e858-47e8-a8b6-fe4cb81fdd44

newsnextone.com | কাৰ্বি আংলংঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এখন স্বচ্ছ আৰু সেউজ অসম গঢ়াৰ লক্ষ্যৰ অংশস্বৰূপে মুখ্যমন্ত্ৰীৰ ক্লীন আৰু গ্ৰীণ ভিলেজ অভিযান আজি পাহাৰীয়া জিলা কাৰ্বি আংলংৰ বোকাজান বিধানসভা সমষ্টিত ৰূপায়ন কৰা হয়৷ মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাত ৰাজ্য চৰকাৰৰ ‘My Gov Assam’ৰ উদ্যোগত অসমৰ ৩৩ খন জিলাক সামৰি গ্ৰহণ কৰা স্বচ্ছ আৰু সেউজ গাঁও অভিযান আজি পাৰ্বত্য জিলা কাৰ্বি আংলংৰ ১৭ নং বোকাজান বিধানসভা সমষ্টিৰ অন্তৰ্গত ডিলাওজান গাঁৱত গছ পুলি ৰোপণেৰে বোকাজানৰ বিধায়ক ডা০ নোমল ম’মিনে শুভাৰম্ভ কৰে৷  

উল্লেখ্য যে, বোকাজান বিধানসভা সমষ্টিৰ বিধায়ক ডা০ নোমল ম’মিন, কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মাধ্যুৰ্য ঢেঁকিয়াল ফুকন, পৰিষদীয় সদস্য মুকুট মহন্ত, ৰিচাৰ্ড টকবি, পবিত্ৰ ৰংপি আৰু কাৰ্বি আংলং জিলাৰ উপায়ুক্ত মুকুল মহন্তৰ উপস্থিতিত বন বিভাগৰ ব্ৰেণ্ড এম্বেচেদৰ চন্দ্ৰকান্ত বসুমতাৰীয়ে স্বচ্ছ আৰু সেউজ অসম গঢ়াৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা অভিযানক আদৰণি জনায়৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0