Home ৰাজ্যচাপানালাত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ

চাপানালাত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ

by News Desk
A+A-
Reset
cbbc6706-ac8a-4d52-9d3e-41b7d3068008

newsnextone.com | বঢ়মপুৰঃ চামগুৰিৰ চাপানালাৰ লুংচুঙত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ নেতৃত্বত পাঁচ শতাধিক চাহ শ্ৰমিকে শুকুৰবাৰে পুৱা তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। লুংচুঙ চাহ বাগিছাৰ কলঘৰৰ সন্মুখত চাহ শ্ৰমিক সকলে চাহ শ্ৰমিকৰ জনজাতিকৰণ, মজুৰি বৃদ্ধি আৰু বিভিন্ন সমস্যা সমাধানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদ কাৰীসকলে কলঘৰৰ সন্মুখতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী আৰু শ্ৰমমন্ত্ৰী পল্লব লোচন দাসৰ প্ৰতিমুৰ্ত্তি দাহ কৰে। উল্লেখ্য যে, চৰকাৰে শীঘ্ৰে ব্যৱস্থা নল’লে চাহ জনজাতি অধ্যুষিত এলেকাত বিজেপিৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ হুংকাৰ দিয়ে চাহ শ্ৰমিকৰ লগতে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বিষয়ববীয়াই।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0