Home দেশআইনবিষয়ক সজাগতা অভিযান জামাত-ই-ইছলামীৰ

আইনবিষয়ক সজাগতা অভিযান জামাত-ই-ইছলামীৰ

by News Desk
68 views
A+A-
Reset

গুৱাহাটীঃ ইছলামী আইনৰ ধাৰণা আৰু এই সম্পৰ্কে জনসাধাৰণক জ্ঞান প্ৰদান তথা মুছলিম ব্যক্তিগত আইনৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা সম্পৰ্কে দেশবাসীক বিশেষকৈ মুছলমানসকলক সজাগ কৰাৰ লক্ষ্যৰে আজিৰে পৰা ৭ মে লৈ জামাত-ই-ইছলামী হিন্দে ‘মুছলিম ব্যক্তিগত অাইন’ সজাগতা অভিযান আৰম্ভ কৰিছে৷

এই অভিযান সমগ্ৰ দেশতেই জামাত-ই-ইছলামী হিন্দে ব্যক্তিগত আইনৰ বিভিন্ন দিশ সাঙুৰি কৰ্মশালা, আলোচনাচক্ৰ, সজাগতাসভা, জনসভা, গণসমাবেশ, সমদল আদি বিভিন্ন কাৰ্যসূচী হাতত লৈছে৷ পোষ্টাৰ, প্ৰচাৰ পত্ৰিকা, কিতাপ, ছ’চিয়েল মিডিয়া আদিৰ জড়িয়তে মুছলিম ব্যক্তিগত আইনৰ শিক্ষা, গুৰুত্ব আৰু প্ৰয়োজনীয়তা সম্পৰ্কে জনগণক সজাগ কৰাৰ উদ্দেশ্যে আৰম্ভ কৰিছে এই অভিযানৰ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0