60
ডিজিটেল ডেস্ক |তেজপুৰঃ তেজপুৰত দুৰ্গা পূজা উপলক্ষে Tezpur Buzz গ্ৰুপৰ সদস্যসকলে মিলি Buzz Fiesta 1.0 নামেৰে এটি সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰে। এই সাংস্কৃতিক সন্ধিয়াৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে শোণিতপুৰৰ অতিৰিক্ত উপায়ুক্ত কে.কে.শৰ্মা, এডুপুৰ ছ’চাইটিৰ প্ৰতিস্থাপক অমৃত ৰাজকোঁৱৰ, এডুপুৰ ছ’চাইটিৰ সম্পাদক দিপ কুমাৰ কলিতা।
