52
গোৰেশ্বৰঃ বাক্সা জিলাৰ গোৰেশ্বৰত নিম্নমানৰ পথ নিৰ্মাণৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ সাব্যস্ত কৰে। দীৰ্ঘদিনীয়া দাবী আৰু বঞ্চনাৰ অন্তত গোৰেশ্বৰ খৈৰাবাৰী পথটিৰ পুনৰ নিৰ্মাণ হৈছে যদিও ইয়াৰে একাংশত পথ নিৰ্মাণৰ মানৰ নমুনা দেখি ৮ ডিচেম্বৰত ক্ষোভিত হৈ পৰে ৰাইজ।
অৱশ্যে ঠিকাদাৰ আৰু বিভাগীয় দায়িত্ববাহী লোকে প্ৰায় তিনিশ মিটাৰ পথ পুনৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাত পৰিস্থিতিৰ শাম কাটে।