69

কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ শ্যামছ্ৰিংখিলা গাঁৱত দেওবাৰে মন্ত্ৰী চন্দন ব্ৰহ্মই তিনি শতাধিক পৰিয়ালৰ মাজত ভূমি পট্টা বিতৰণ কৰে। জিলাখনৰ তাৰং ছেৰফাং ভি চি ডি চিৰ অন্তৰ্গত শ্যামছ্ৰিংখিলা গাঁৱত আনুষ্ঠানিকভাৱে মন্ত্ৰী ব্ৰহ্মই ফৰেষ্ট ডুৱেলাৰ এক্ট ২০০৬ ৰ অধীনত ভূমি পট্টা বিতৰণ কৰাত নাগৰিকসকলৰ মাজত আনন্দৰ বন্যা বয়।