65
১৯৬০ চনৰ জুলাইত গুৱাটেমালাৰ এখন মানসিক চিকিৎসালয়ত সংঘটিত অগ্নিকাণ্ডত ২২৫ জন লোক নিহত হৈছিল৷ এই ঘটনাটো হাস্পতালৰ সংঘটিত অগ্নিকাণ্ডৰ ভিতৰত বিশ্বৰ ভিতৰতেই সৰ্ববৃহৎ হিচাপে বিবেচিত হৈছে৷
ভাৰতত হাস্পতালত সংঘটিত হোৱা অগ্নিকাণ্ডসমূহ হ’ল—