Home ৰাজ্যওৰাং ব্যাঘ্ৰ প্ৰকল্পৰ তোৰণ উদ্বোধন কৰিলে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই

ওৰাং ব্যাঘ্ৰ প্ৰকল্পৰ তোৰণ উদ্বোধন কৰিলে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই

by News Desk
A+A-
Reset
ওৰাং তোৰন

খাৰুপেটীয়াঃ সমস্যা জৰ্জৰ দৰঙৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ব্যাঘ্ৰ প্ৰকল্পৰ নৱনিৰ্মিত তোৰণখন যোৱা দেওবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে পৰিৱেশ আৰু বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই। দুপৰীয়া ১ বজাত উদ্যানখনৰ মুখ্যদ্বাৰত উপস্থিত হৈ নাৰিকল ভাঙি ব্যাঘ্ৰ প্ৰকল্পখন উদ্বোধন কৰে মন্ত্ৰী গৰাকীয়ে৷

পৰ্যটক সকলে বিভিন্ন সময়ত সন্মুখীন হোৱা সমস্যাসমূহ সমাধানৰ বাবে পূৰ্বৰ চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ কৰে মন্ত্ৰী গৰাকীয়ে। আনফালে কাজিৰঙাৰ তুলনাত ওৰাঙ ৰাষ্ট্ৰীয় উদ্যানক মাহী আইৰ দৃষ্টিৰে চোৱা হৈছে নেকি বুলি সোধাসাংবাদিকৰ এক প্ৰশ্নোত্তৰত তেওঁ কয় যে যোৱা ১৫ টা বছৰে কংগ্ৰেছ চৰকাৰে উদ্যানখনৰ আন্তঃগাঁথনি উন্নয়ণৰ বাবে কোনো কাম নকৰিলে গতিকে সমস্যা বহুত হৈছে। আমি সেইবোৰ সমাধানৰ চেষ্টা কৰি আছো। কিছু সময় লাগিব।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0