60
চামগুৰিঃ চামগুৰিৰ ৰাষ্ট্ৰীয় ঘাইপথত এতিয়া মৃত্যুৰ কিৰিলি। সৰু-বৰ বহু পথ দুৰ্ঘটনা ইতিমধ্য বিগত কেইদিনত চামগুৰিত নিহত-আহত হৈছে কেইবাজনো লোক।
বৃহস্পতিবাৰে নিশাও চামগুৰিৰ হাঁহচৰা বৰালী গাঁৱত পুনৰ সংঘটিত হ’ল এক শোকাবহ পথ দুৰ্ঘটনা।