55
চামগুৰিঃ চামগুৰিৰ এটা অতি দৰিদ্ৰ পৰিয়ালৰ এজন শ্ৰমিক ৰহস্যজনক অৱস্থাত নিৰুদ্দেশ হোৱাক কেন্দ্ৰ কৰি সম্প্ৰতি তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি হৈছে ২নং ভাটিয়াখালি গাঁৱত।
গাঁওখনৰ গাজিবুৰ ৰহমান নামৰ লোকজন পত্নীসহ পৰিয়ালৰ আন কেইবাজনো সদস্যৰ সৈতে হোজাই জিলাৰ ৰাইকাটা নামৰ ঠাইত এটা ইটা ভাটাত শ্ৰমিক হিচাপে দীৰ্ঘদিন ধৰি কৰ্মৰত আছিল।