57
লিডুঃ তিনিচুকীয়া জিলাৰ পেঙেৰীৰ বুৰিদিহিং সংৰক্ষিত বনাঞ্চলত শুকুৰবাৰে হাতীৰ গচকত এজন যুৱকৰ কৰুণ মৃত্যুৰ ঘটনাই চাঞ্চ্যকৰ সৃষ্টি কৰিছে৷
মৃত যুৱকজনৰ নাম জয়ৰাম সিং৷ জানিব পৰা মতে, যুৱকজনে বনাঞ্চলত খৰি কাটিবলৈ গৈ এনেদৰে কৰুণ মৃত্যুক আঁকোৱালি ল’ব লগা হয়৷