57
গুৱাহাটীঃ নাগৰিকত্ব সংশোধনী বিধেয়েকৰ জৰিয়তে হিন্দু বাংলাদেশীক ৰঙা দলিচা পাৰি আদৰিবলৈ লোৱা নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ বিৰুদ্ধে সমগ্ৰ অসম জঁকি উঠাৰ সময়ত এই গণ আন্দোলনক মষিমুৰ কৰাৰ কৌশল ৰচনা কৰিছে শাসকীয় দলটোৱে৷
বাৰে-বাৰে দিল্লীৰ হাতত প্ৰতাৰিত হোৱা অসমীয়াই জাতিটোক ৰক্ষা কৰিবলৈ চৰম গণতান্ত্ৰিক পন্থাৰে প্ৰতিবাদ সাব্যস্ত কৰিছে৷