60
ডিফুঃ কাৰ্বি আংলং জিলা মহিলা সমিতিয়ে সোণালী জয়ন্তী বৰ্ষত ভৰি দিছে। জিলাখনৰ মহিলাসকলক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত জিলা মহিলা সমিতিৰ অৱদান অনস্বীকাৰ্য৷
কাৰ্বি আংলং জিলা মহিলা সমিতিৰ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠান বিগত বছৰতে সম্পন্ন হোৱাৰ কথা আছিল যদিও সাধাৰণ সম্পাদিকা জিতেমাই বেপীৰ অসুস্থতাৰ বাবে স্থগিত ৰখা হৈছিল৷