63
লিডুঃ অসম অৰুণাচল সীমান্তৱৰ্তী জাগুনত এতিয়া ব্যাপক হাৰত বৃদ্ধি পাবলৈ ধৰিছে নিচাজাতীয় ড্ৰাগছ, কানি, গাঞ্জাৰ ৰমৰমিয়া ব্যৱসায়৷
অঞ্চলটোৰ একাংশ যুৱকে আৰক্ষী-প্ৰশাসনৰ চকুত ধূলি দি জনগোষ্ঠীয়প্ৰধান এলেকাসমূহত ড্ৰাগছ, কানি, গাঞ্জাৰ দৰে মাৰাত্মক নিচাজাতীয় দ্ৰব্যৰ অবাধ বেহা চলাই নিয়াৰ কাৰ্যই এতিয়া গভীৰ চিন্তাম্বিত কৰি তুলিছে সচেতন নাগৰিকৰ লগতে স্থানীয় আৰক্ষী প্ৰশাসনক৷