Home ৰাজ্যশিৱসাগৰ বিজেপিৰ কাৰ্য্যালয়ত ক’লা পতাকা উৰুৱাই প্ৰতিবাদ ।

শিৱসাগৰ বিজেপিৰ কাৰ্য্যালয়ত ক’লা পতাকা উৰুৱাই প্ৰতিবাদ ।

by News Desk
A+A-
Reset
bjp20

শিৱসাগৰঃ বেআইনীভাবে আৰু প্ৰবঞ্চনাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে সংবিধান বিৰোধী কাৰ্য্য কৰি ভাৰতীয় জনতা পাৰ্টীয়ে অসমীয়া জাতিক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়াৰ অভিযোগ কৰি আজি 
শিৱসাগৰকে ধৰি অসমৰ বিভিন্ন প্ৰান্তত আজি কলা দিন হিচাপে পালন কৰিলে বহুতো সংগঠনে আৰু অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কৰিলে বহুতো সংগঠনে।। 

প্ৰতিবাদী সকলে আজি কলা পতাকা উৰুৱালে শিৱসাগৰৰ বি.জে. পি. কাৰ্যালয়ত। ক’লা পতাকা উৰুৱাই নিজকে সান্তনা দিছে যদিও ভাৰতীয় জনতা পাৰ্টীৰ লগত জড়িত থকা সকলো সদস্যৰ মুখত ক’লা চাই লগোৱা উচিত বুলি মন্তব্য কৰিলে বিভিন্ন সংগঠনৰ সদস্য সকলে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0